ৰূপহীহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! গুৰুতৰ বাবে আহত চাৰিজনলোক

Road Accident

ৰূপহীহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰ বাবে আহত চাৰিজন।

টাটা মেজিক আৰু বলেৰো পিকাপৰ মাজত মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। 

AS02BC8278 নম্বৰৰ বলেৰো পিকাপ ৰূপহীহাটৰ পৰা লাওখোৱা অভিমুখে গৈ আছিল। আনহাতে বিপৰীত দিশৰ পৰা অৰ্থাৎ লাওখোৱাৰ পৰা নগাঁও অভিমুখে AS02BC9440 টাটা মেজিক খন গৈ আছিল। নিয়ন্ত্ৰণ হেৰুৱাই মুখামুখি সংঘৰ্ষ হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলিত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
 

Category
Profile picture for user UB Photos