মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য

alcoholic

◾মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য।

◾গড়চুক আৰক্ষীৰ অভিযানত জব্দ নিচাযুক্ত

◾এখন ট্ৰাকৰ পৰা জব্দ ৬৯ কাৰ্টুন নিচাযুক্ত কফচিৰাফ।

◾বিস্কুটৰ কাৰ্টনৰ মাজত কৌশলেৰে সৰবৰাহ দ্ৰব্যখিনি।

◾বৰাগাঁৱৰ পৰা আগৰতলালৈ সৰবৰাহ কিছিল সামগ্ৰীখিনি।

◾জব্দকৃত কফচিৰাফ।খিনিৰ বজাৰ মূল্য ১৫ লাখ টকা।

◾ট্ৰাকচালকগোৱালপাৰাৰচাহাদুলইছলামকআটক।

◾জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS-01N-C1845।

Category
Profile picture for user UB Photos