নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা, লক্ষ্য ড্ৰাগছ মাফিয়া

Encounter

◾ নগাঁৱৰত পুনৰ আৰক্ষীৰ গুলীচালনা

◾ ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◾ গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ছাহজাহান আলী ওৰফে ছাজু

◾ বাসগৃহত তালাচী চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ

◾পলায়নৰ চেষ্টা চলাওতে আৰক্ষীৰ গুলীচালনা

◾ জুৰীয়াৰ বালুকটীয়াত সংঘটিত এই ঘটনা

◾ উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ

Category
Profile picture for user UB Photos