উলুবাৰীৰ ব্ৰহ্মপুত্ৰ গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীচ  বিল্ডিঙত আয়কৰ বিভাগৰ অভিযান

Ulubari
  • উলুবাৰীৰ ব্ৰহ্মপুত্ৰ গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীচ বিল্ডিঙত আয়কৰ বিভাগৰ অভিযান
  • ব্ৰহ্মপুত্ৰ  ব্ৰহ্মপুত্ৰ গ্ৰুপ অব ইণ্ডাষ্ট্ৰীচ স্বত্বাধিকাৰী সন্তোষ জেচৱাল
  • সন্তোষ জেচৱালৰ বাস গৃহটো আয়কৰ বিভাগৰ অভিযান
  • কৰ ফাঁকি দিয়াৰ বাবেই এই অভিযান আয়কৰ বিভাগৰ
  • পুৱাৰ পৰা চলি আছে এই অভিযান
  • বিস্কন ব্ৰেণ্ডৰ ৰদ প্ৰস্তুত কৰি আহিছে ব্ৰহ্মপুত্ৰ গ্ৰুপ এ
  • সন্তোষ জয়চৱাল উপস্থিত আছে কাৰ্যালয়ত

 

Category
Profile picture for user UB Photos