ৰাজ্যত পুনৰ এনকাউন্টাৰ!

Encounter
  • মঙলদৈত ড্রাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা
  • আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলীচালনা
  • কুদ্দুছ আলী নামৰ ড্রাগছ সৰবৰাহকাৰী গুলীবিদ্ধ
  • মঙলদৈৰ হীৰাপাৰাত সংঘটিত এই ঘটনা
  • নিশা আৰক্ষীয়ে আটক কৰিছিল ড্ৰাগছ মাফিয়াটোক
  • গুলীবিদ্ধ আলীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি

 

Category
Profile picture for user UB Photos