গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীৰ পুৰস্কাৰ ঘোষণা, খবৰ দিওঁতাই পাব বৃহৎ পৰিমাণৰ পুৰস্কাৰ

rhino poachers

গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীৰ পুৰস্কাৰ ঘোষণা। ২ লাখ টকাকৈ পুৰস্কাৰ আগবঢ়াব খবৰ দিওঁতালৈ।

এই কথা টুইটযোগে ঘোষণা কৰিছে জি পি সিঙে। টুইটত জিপি সিঙে উল্লেখ কৰিছে যে গঁড়ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধীকেইজনক কৰায়ত্ত কৰিবলৈ বিচাৰি থকা হৈছে। সঠিক খবৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়তচ পাব পাৰে নগদ দুই লাভ টকাৰ পুৰস্কাৰ।

 

টুইটাৰত জি পি সিঙে উল্লেখ কৰা অপৰাধী কেইজন,


 

লগতে গঁড়ৰ খড়্গ উদ্ধাৰ হ’ব পৰাকৈ কোনোৱে তথ্য দিলে নগদ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে।
Category
Profile picture for user UB Photos