দীঘলী পুখুৰীৰ পাৰত অঘটন! চলন্ত বাহনে মহটিয়ালে কেইবাখনো বাহন

dighalipukhuri

দীঘলী পুখুৰীৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। চলন্ত বাহনে মহটিয়াই নিলে ৰাস্তাৰ সমীপত ৰখাই থোৱা কেইবাখনো বাহন।

বুধবাৰে, বিয়লি দীঘলীপুখুৰীৰ পাৰত ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে-AS01JC1718। আনহাতে, চলন্ত বাহনখনে মহটিয়াই লৈ যোৱা মটৰচাইকেলকেইখনৰ নম্বৰ হৈছে-AS01BR6437, AS01BZ8509, AS01BS2884।

এই ঘটনাৰ ফলত কোনো লোক আহত হোৱা নাই যদিও ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ী খনৰ চালকে। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Category
Profile picture for user UB Photos