নিশাৰ মহানগৰত সুৰাসক্ত যুৱতীৰ তাণ্ডৱ! কৰ্মৰত ৮ জন শ্ৰমিকক মাৰ খুন্দা, ২জনৰ অৱস্থা সংকটজনক

Drunk Girl

গুৱাহাটীৰ ৰুক্মিণী গাঁৱত মাজনিশা এগৰাকী সুৰাসক্ত যুৱতীয়ে চাৰিচকীয়া গাড়ীৰে কৰ্মৰত শ্ৰমিকক খুন্দা মাৰে।

সংকটজনক অৱস্থাত চাৰিজন শ্ৰমিকক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ প্ৰেৰণ কৰা হয়।

দিচপুৰ আৰক্ষী পুৱা প্ৰায় ২ বজাত ঘটনাস্থলীত উপস্থিত হয়। যুৱতীগৰাকীয়ে কৰ্তব্যৰত আৰক্ষীৰ সৈতে তৰ্ক কৰিছিল বুলিও অভিযোগ কৰা হৈছে।

তথ্য অনুসৰি, দুজন শ্ৰমিকৰ অৱস্থা সংকটজনক। অৱশ্যে, এতিয়ালৈকে আৰক্ষীয়ে শ্ৰমিকসকলৰ পৰিচয় জানিব পৰা নাই। 

Category
Profile picture for user UB Photos