মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই সৰব আৰক্ষী! এদিনতে আটক ৪৫৩ টাকৈ ভূ মাফিয়া

Group Of Assam Police

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভূ মাফিয়াৰ বিৰুদ্ধে আৰম্ভ হৈছে আৰক্ষীৰ অভিযান।

ইটোৰ পাছত সিটো দালাল ধৰি গৈছে আৰক্ষীয়ে। এদিনতে আটক হ’ল ৪৫৩টাকৈ মাটিৰ দালাল।

তাৰ ভিতৰত -

নলবাৰীৰ পৰা আটক ৩১
কোকৰাঝাৰৰ পৰা আটক ২২
কাছাৰৰ পৰা আটক ৪
শিৱসাগৰৰ পৰা আটক ৩
বজালীৰ পৰা আটক ১৭
মহানগৰীতৰ পৰা আটক ২২
কামৰূপ জিলাৰ পৰা আটক ৬০
বিশ্বনাথৰ পৰা আটক ২২
ওদালগুৰি পৰা আটক ৫
লক্ষীমপুৰ পৰা আটক ১৩
ধুবুৰীৰ পৰা  আটক ২০
বঙাইগাৱৰ পৰা আটক ১৪
গোলাঘাটৰ পৰা  আটক ১২
কৰিমগঞ্জৰ পৰা আটক ১৫
হোজাইৰ পৰা আটক ১৯
ডিব্ৰুগড়ৰ পৰা আটক ১৬
যোৰহাটৰ পৰা আটক ৮
শদিয়াৰ পৰা আটক ৩
নগাৱৰ পৰা আটক ১৬
তিনিচুকীয়াৰ পৰা আটক ১
শোণিতপুৰ পৰা আটক ৭
কোকৰাঝাৰ পৰা আটক ২২
বৰপেটাৰ পৰা আটক ৩৭
গোৱালপাৰাৰ পৰা আটক ১১
মৰিগাৱৰ পৰা আটক ২৭
হাইলাকান্দিৰ পৰা আটক ১২

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত আৰক্ষীৰ এনে যুদ্ধংদেহী পদক্ষেপত এতিয়া সলাগ জনাইছে ৰাজ্যবাসীয়ে।

Category
Profile picture for user UB Photos