বলেৰ' বাহনৰ চিটৰ তলত ড্ৰাগছ ওলাইছে

Drugs Seized in Sonapur

ড্ৰাগছৰ বিৰুদ্ধে সষ্টম মহানগৰ আৰক্ষী। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। 

শনিবাৰে নিশা সোণাপুৰৰ নাজিৰাখাট টোলগেটত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ লগতে আটক কৰে ৬জন যুৱকক।

সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছে ১ কেজি ২০০ গ্ৰাম হেৰ’ইন। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৭ কোটি টকা। 

এখন বলেৰ’ বাহনৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি।মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন।
 

Category
Profile picture for user UB Photos