Jioৰ গ্ৰাহকে এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে কৰিব পাৰিব মোবাইল ৰিৰ্চাজ! চাওক কেনেদৰে..

 Jioৰ গ্ৰাহকে এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে কৰিব পাৰিব মোবাইল ৰিৰ্চাজ! চাওক কেনেদৰে..

#news_time_assam #Jio #Recharge #Mobile #WhatsApp

জিঅ-এ এইবাৰ আগবঢ়াইছে এক নতুন সুবিধা৷ দোকানলৈ নোযোৱাকৈয়ে নিজৰ ঘৰৰ পৰাই হোৱাটছএপৰ জৰিয়তে এতিয়াৰ পৰা গ্ৰাহকে কৰিব পাৰিব জিঅ' ৰিৰ্চাজ৷ তাৰ বাবে ব্যৱহাৰ কৰিব লাগিব জিঅ'ৰ ৭০০০৭-৭০০০৭ হোৱাটছএপ নম্বৰটো৷

  এই হোৱাটছএপ নম্বৰত Hi লিখিলেই সকলো সুবিধা উপলব্ধ হৈ যাব মোবাইল ফোনত৷ E-Wallets, UPI, Credit আৰু Debit Cardৰ জৰিয়তে গ্ৰাহকে কৰিব পাৰিব ধন পৰিশোধ৷

  আনহাতে এই হোৱাটছএপত নতুন jio sim, MNP, jio Fiber, Inter Roming আৰু জিঅ' মাৰ্টৰো সুবিধা পাব৷ ২৪ঘন্টাই খোলা থাকিব জাঅ'ৰ এই সেৱাসমুহ৷

Category
Profile picture for user UB Photos