শৰাইঘাটৰ নতুন দলঙৰ পৰা লুইতত জাঁপ দিবলৈ চেষ্টা এজন যুৱকৰ

🔴 শৰাইঘাটৰ নতুন দলঙৰ পৰা লুইতত জাঁপ দিবলৈ চেষ্টা এজন যুৱকৰ

🔴 আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ যুৱকজন

🔴 ঘটনাস্থলীত চাঞ্চল্যকৰ পৰিৱেশ

🔴 আৰক্ষীয়ে বুজোৱাৰ চেষ্টা চলোৱা পিছতো লুইতত জাঁপ যুৱকজনৰ

🔴 নদী আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হ’ল যুৱকজন

🔴 এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই যুৱকজনৰ

#assam #guwahati #saraighatbridge #committedsuicide #youth #AssamNews #UBPhotos #UBNews