ৰাজ্যৰ পৰ্যটন বিভাগৰ ১০ কৰ্মচাৰীৰ বিৰুদ্ধে নিযুক্তিৰ কেলেংকাৰি....

TOURISM SCAM

২০১০-১১ বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগত নিযুক্তি কেলেংকাৰি
বিভাগৰ এজন কৰ্মচাৰীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ
১০ জন কৰ্মচাৰীক অবৈধভাৱে নিযুক্তি দিয়াৰ অভিযোগ
অভিযোগৰ ভিত্তিত CMVয়ে আৰম্ভ কৰিছে তদন্ত
নিযুক্তি সন্দৰ্ভত ১০ জন কৰ্মচাৰীকে সোধা-পোছা কৰিব CMVয়ে
১০ জন কৰ্মচাৰীক অৰ্হতাৰ নথি জমা দিবলৈ নিৰ্দেশ CMVৰ
CMVৰ কাৰ্যালয়ত অৰ্হতাৰ নথি জমা দিব লাগিব ১০ কৰ্মচাৰীয়ে
তদন্তত তথ্য পালেই গ্ৰেপ্তাৰ হ’ব অবৈধভাৱে নিযুক্তি পোৱা কৰ্মচাৰী
নিযুক্তি কেলেংকাৰিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছিল গোচৰ
উচ্চ ন্যায়ালয়েও নিশ্চিত কৰিছে দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য

Category