
আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই চিমি চায়েদা ৰহমানক
ফেচবুক পেজ খোলা চক্ৰকো চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে
বৃহৎ চাইবাৰ চক্ৰটোৰ টাৰ্গেট হৈ আহিছে যুৱতী-মহিলা
ডেটিং এপৰ জৰিয়তে চক্ৰটোৱে চলাইছে যৌনতাৰ দৰ-দাম
টাৰ্গেটৰ পৰা সাৰি যোৱা নাই সংবাদ মাধ্যমৰ মহিলা সাংবাদিকো
ঘটনা সন্দৰ্ভত কেইবাখনো এজাহাৰ দাখিল চাইবাৰ চেল-CIDত
সোমবাৰেও এজাহাৰ দাখিল প্ৰায় ১০ গৰাকী মহিলা সাংবাদিকৰ
Category
- Log in to post comments