APSCত আন এক ভয়ংকৰ নিযুক্তি কেলেংকাৰি, ১৪গৰাকী মেলেৰিয়া বিষয়াৰ নিযুক্তি বাতিল.....

APSC Scam

APSCত আন এক ভয়ংকৰ নিযুক্তি কেলেংকাৰি

১৪গৰাকী মেলেৰিয়া বিষয়াৰ নিযুক্তি বাতিল

নিযুক্তি বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাকেশ পালৰ আমোলত দিয়া হৈছিল নিযুক্তি

২০১২ বৰ্ষত দিয়া হৈছিল নিযুক্তিৰ বিজ্ঞাপন

২০১৫ চনত নিযুক্তি দিয়া হৈছিল বিষয়াসকলক

মৌখিক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত নিযুক্তিৰ তালিকা প্ৰস্তুত

হাইক’ৰ্টৰ দ্বাৰস্থ হৈছিল একাংশ বঞ্চিত প্ৰাৰ্থী

সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিলৰ নিৰ্দেশ হাইক’ৰ্টৰ

পুনৰ নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ

Category