অপহৰণ নে আন কিবা! কোন এই অভিনেত্ৰী?

jiya deka

প্ৰসংগঃ গুৱাহাটী অভিনেত্ৰী অপহৰণ কাণ্ড
বশিষ্ঠ আৰক্ষী থানাত হাজিৰ অভিনেত্ৰী জীয়া ডেকাৰ 
নিশা ২ বজাত হাজিৰ অভিনেত্ৰীগৰাকী
বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা বুলিহে দাবী অভিনেত্ৰীগৰাকীৰ
পৰৱৰ্তী সময়ত মালিগাঁওৰ গোচালা থানালৈ লৈ যায় জীয়া ডেকাক
অপহৰণৰ সন্দৰ্ভত পৰিয়ালৰ লোকে তৰিছিল গোচৰ
অপহৰণৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে আত্মসমৰ্পণ 

Category