কাইলৈৰ পৰা বন্ধ থাকিব মহানগৰীৰ সকলো বিদ্যালয়....

ghy

কাইলৈৰ পৰা বন্ধ থাকিব মহানগৰীৰ সকলো বিদ্যালয়
২৭ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব বিদ্যালয়সমূহ
প্ৰচণ্ড গৰমৰ বাবে নিৰ্দেশনা শিক্ষা বিভাগৰ
জিলা আয়ুক্তৰ অনুমোদনৰ ভিত্তিত শিক্ষা বিভাগৰ নিৰ্দেশ
বন্ধ থাকিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো
অভিভাৱকৰ আবেদনৰ ভিত্তিত সিদ্ধান্ত শিক্ষা বিভাগৰ

Category