ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ...

cm

 

ট্ৰেডিং কেলেংকাৰিৰ তদন্ত অব্যাহত আছে

‘এটা ঘটনা তল পেলাবৰ বাবে আনটো কৰা নহয়’

‘ট্ৰেডিং কেলেংকাৰি মই ধৰিছো’

‘মোক ১ কোটি দিব আহোঁতেই ধৰা পৰিল প্ৰৱঞ্চক’

প্ৰৱঞ্চক চুমি বৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

‘আৰক্ষী আৰু সাংবাদিকৰ মাজৰ সম্পৰ্কটো চিন্তনীয় হৈছে’

‘অপৰাধীক থানলৈ নিয়াৰ সলনি জিমখানা ক্লাবলৈ নিয়া হৈছে’

‘ক্লাবলৈ নি এটা চেনেলক সাক্ষাৎকাৰ ল’বলৈ দিয়া হৈছে’

‘মই পুৱা চেনেলটোত লাইভ সাক্ষাৎকাৰ চাইছো’

‘তাৰ পিছতেই মই DGPক ফোন কৰিছো’

‘একাংশ ইউটিউবাৰে‌ এনেকুৱা প্ৰবঞ্চকক প্ৰমোট কৰি থাকে’

‘কেবিনেটত ইয়াৰ বিৰুদ্ধে সাহসী সিদ্ধান্ত লোৱা হ’ব’

Category