APSCৰ নিযুক্তি কেলেংকাৰিক লৈ SITৰ তদন্ত
১৫৬ পৃষ্ঠাৰ অভিযোগনামা দাখিল
২৩জনৰ বিৰুদ্ধে অভিযোগনামা তদন্তকাৰী বিষয়াৰ
অভিযোগনামাত নিযুক্তি বিসংগতিৰ বিস্তৃত তথ্য
DSP উপেন কলিতাৰ প্ৰথমখন অভিযোগনামা
পূৰ্বৰ তদন্তকাৰী বিষয়া পি কে থুবেইক কৰা হৈছিল অপসাৰণ
ন্যায়ালয়ৰ নিৰ্দেশত অপসাৰিত হৈছিল পি কে থুবেই
পূৰ্বে ৬ জনৰ বিৰুদ্ধে দাখিল হৈছিল অভিযোগনামা
কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে হোৱা নাই অভিযোগনামা দাখিল
বৰ্তমানেও জেৰা কৰা নাই কেইবাজনো অভিযুক্ত বিষয়াক
Category
- Log in to post comments