‘কষ্টোপাৰ্জিত ধনেৰে মই ঘৰ আৰু গাড়ী কিনিছো’ : দীক্ষু....

Assam

প্ৰৱঞ্চক বিশাল ফুকনে কঁপাইছে অসমৰ বিনোদন ক্ষেত্ৰ
বিশাল ফুকনে কঁপাইছে অসমৰ সংগীত জগতো
ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল
আৰক্ষীৰ জেৰাত নাম লৈছে বহু অভিনেতা-অভিনেত্ৰীৰ
বিশালৰ মুখত বহু গায়ক-গায়িকাৰ নাম
অভিযোগ অস্বীকাৰ কেওগৰাকী অভিনেতা-অভিনেত্ৰীৰ
অভিযোগ অস্বীকাৰ কেওগৰাকী গায়ক-গায়িকাৰ
সামাজিক মাধ্যমত কেওজনৰে স্পষ্টীকৰণ
প্ৰতিক্ৰিয়া প্ৰকাশ গায়ক দীক্ষু শৰ্মাৰ
মই মানসিকভাৱে ভাগি পৰিছো : দীক্ষু শৰ্মা
‘কষ্টোপাৰ্জিত ধনেৰে মই ঘৰ আৰু গাড়ী কিনিছো’
বেংকত মোৰ এতিয়াও লোন আছে : দীক্ষু

Category