আজি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰৰ বিবাহ! বিয়ালৈ সোঁত VIP, VVIPৰ....

wedding

আজি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰৰ বহুচৰ্চিত বিবাহ
অনন্ত-ৰাধিকাৰ ৰাজকীয় বিবাহ অনুষ্ঠান
বান্দ্ৰা কুৰলা কমপ্লেক্সৰ জিঅ’ ৱ’ৰ্ল্ড কনভেনচনত বিবাহ
আম্বানী পৰিয়ালৰ বিয়ালৈ সোঁত VIP, VVIPৰ
খেলুৱৈৰ পৰা ঔদ্যোগপতি আহিছে বিয়ালৈ
ৰাজনৈতিক নেতাৰ পৰা বলীউড-হলীউড তাৰকাৰ ভিৰ
অনন্ত-ৰাধিকাৰ বিবাহত উদ্ভাসিত ভাৰতীয় সংস্কৃতি
৫ হাজাৰ কোটি টকাৰ বিবাহে চমকিত কৰিছে দেশবাসীক
বিবাহ অনুষ্ঠানৰ পৰম্পৰা চলিব ১৪ জুলাইলৈকে
আজি আছে বিবাহৰ শুভ আশীৰ্বাদ অনুষ্ঠান
১৪ জুলাইত হ’ব বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান
এণ্টালিয়াত ৪০ দিন ধৰি চলিছে অভ্যৰ্থনা
বিবাহক লৈ মায়ানগৰী মুম্বাইত কটকটীয়া নিৰাপত্তা

Category