২০২৩ চনৰ ১৪ ডিচেম্বৰৰ এই ঘটনা
ঘটনা সন্দৰ্ভত NIAৰ অভিযোগনামা দাখিল
আলফা স্বাধীনৰ ৪ নেতা-সদস্যক অভিযুক্ত
অভিযোগনামাত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰীৰ নাম
অভিযোগনামাত অচ্যুৎ গগৈ, আইছেং অসমৰ নাম
গ্ৰেপ্তাৰ বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী, অচ্যুৎ গগৈক
আইছেং অসমক পলাতক ঘোষণা
ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন যুৱকক
গ্ৰেপ্তাৰ কৰিছিল তিতাবৰৰ যুৱক দীপাংকৰ গগৈক
আৰক্ষীয়ে অমানুষিক অত্যাচাৰ কৰিছিল দীপাংকৰক
তদানীন্তন SP মোহনলাল মীনাৰ নেতৃত্বত চলিছিল অত্যাচাৰ
২৫ ডিচেম্বৰত উদ্ধাৰ হৈছিল দীপাংকৰৰ মৃতদেহ
ৰহস্যজনকভাৱে ঘৰৰ পিছফালে উদ্ধাৰ হৈছিল মৃতদেহ
NIAৰ অভিযোগনামাত নাম নাই দীপাংকৰৰ
নিৰ্দোষী দীপাংকৰক আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ
NIAৰ অভিযোগনামাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া
তদানীন্তন SP মোহনলাল মীনাক গ্ৰেপ্তাৰৰ দাবী
গ্ৰেপ্তাৰৰ দাবী তদানীন্তন SDPO কাকলি পাটগিৰিক
গ্ৰেপ্তাৰৰ দাবী তিতাবৰ থানাৰ তদানীন্তন OC লক্ষ্মণ দাসক
ঘটনা সন্দৰ্ভত তদন্ত দিছিল অসম চৰকাৰে
তদন্ত কৰিছিল অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াই
আজি পৰ্যন্ত প্ৰকাশ নহ’ল তদন্তৰ প্ৰতিবেদন
ক্ষুব্ধ দল-সংগঠনৰ পুনৰ আন্দোলনৰ হুংকাৰ
তিতাবৰত পুনৰ ব্যাপক গণ আন্দোলনৰ সম্ভাৱনা
- Log in to post comments