যোৰহাটৰ লিচুবাৰীৰ সেনা শিবিৰলৈ আলফাৰ গ্ৰেনেড নিক্ষেপ...

nia

 

২০২৩ চনৰ ১৪ ডিচেম্বৰৰ এই ঘটনা

ঘটনা সন্দৰ্ভত NIA অভিযোগনামা দাখিল

আলফা স্বাধীনৰ নেতা-সদস্যক অভিযুক্ত

অভিযোগনামাত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰীৰ নাম

অভিযোগনামাত অচ্যুৎ গগৈ, আইছেং অসমৰ নাম

গ্ৰেপ্তাৰ বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী, অচ্যুৎ গগৈক

আইছেং অসমক পলাতক ঘোষণা

ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন যুৱকক

গ্ৰেপ্তাৰ কৰিছিল তিতাবৰৰ যুৱক দীপাংকৰ গগৈক

আৰক্ষীয়ে অমানুষিক অত্যাচাৰ কৰিছিল দীপাংকৰক

তদানীন্তন SP মোহনলাল মীনাৰ নেতৃত্বত চলিছিল অত্যাচাৰ

২৫ ডিচেম্বৰত উদ্ধাৰ হৈছিল দীপাংকৰৰ মৃতদেহ

ৰহস্যজনকভাৱে ঘৰৰ পিছফালে উদ্ধাৰ হৈছিল মৃতদেহ

NIA অভিযোগনামাত নাম নাই দীপাংকৰৰ

নিৰ্দোষী দীপাংকৰক আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ

NIA অভিযোগনামাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া

তদানীন্তন SP মোহনলাল মীনাক গ্ৰেপ্তাৰৰ দাবী

গ্ৰেপ্তাৰৰ দাবী তদানীন্তন SDPO কাকলি পাটগিৰিক

গ্ৰেপ্তাৰৰ দাবী তিতাবৰ থানাৰ তদানীন্তন OC লক্ষ্মণ দাসক

ঘটনা সন্দৰ্ভত তদন্ত দিছিল অসম চৰকাৰে

তদন্ত কৰিছিল অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াই

আজি পৰ্যন্ত প্ৰকাশ নহ তদন্তৰ প্ৰতিবেদন

ক্ষুব্ধ দল-সংগঠনৰ পুনৰ আন্দোলনৰ হুংকাৰ

তিতাবৰত পুনৰ ব্যাপক গণ আন্দোলনৰ সম্ভাৱনা

Category