
জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদীৰ কুটাঘাতমূলক কাৰ্যকলাপ
সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ সেনা-আৰক্ষী
৭২ ঘণ্টাত চাৰিটাকৈ আক্ৰমণৰ ঘটনা
ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে ৪টাকৈ সন্ত্ৰাসবাদীৰ প্ৰতিচ্ছবি
ডোডা জিলাৰ আক্ৰমণৰ ঘটনাৰ লগত জড়িত আছিল উগ্ৰপন্থীকেইজন
উগ্ৰপন্থীৰ সন্ধান দিওঁতালৈ ২০ লাখকৈ টকাৰ পুৰস্কাৰ ঘোষণা
প্ৰতিজন উগ্ৰপন্থীৰ সন্ধান দিওঁতাক দিয়া হ’ব ৫ লাখ টকা
Category
- Log in to post comments