অন্ত পৰাৰ দিশে ৰুদ্ধশ্বাস অপেক্ষা! কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনা ফলাফল....

election

অন্ত পৰাৰ দিশে ৰুদ্ধশ্বাস অপেক্ষা
কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনা, ফলাফল
পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা
বিয়লি ৩ বজাৰ পূৰ্বে দৃশ্যপট স্পষ্ট হোৱাৰ সম্ভাৱনা
ভোটগণনাৰ বাবে সাজু নিৰ্বাচনী আয়োগ
অসমতো পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা
ৰাজ্যত ৫২টা কেন্দ্ৰত ভোটগণনা
১৯৪১খন টেবুলত হ’ব ভোটগণনা
সমষ্টি বিশেষ ভোটগণনা হ’ব ১০ৰ পৰা ২৮ ৰাউণ্ড পৰ্যন্ত
ভোটগণনা নিৰীক্ষণ কৰিব আয়োগৰ ৬৪গৰাকী নিৰীক্ষকে
১৪টা স্থানত ঘোষণা কৰা হ’ব ১৪ সমষ্টিৰ ফলাফল

Category