APS ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত! সামাজিক মাধ্যমযোগে ঘোষণা DGP জি পি সিঙৰ.......

aps

APS ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত
দৰঙৰ তদানীন্তন SP ৰাজমোহন ৰায়
সামাজিক মাধ্যমযোগে ঘোষণা DGP জি পি সিঙৰ
ধূলাৰ কিশোৰী হত্যাকাণ্ডৰ গোচৰ অভিযুক্ত ৰায়
হত্যাকাণ্ডক দিছিল আত্মহত্যাৰ ৰূপ
ধনৰ লেনদেনেৰে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড
বৰ্তমান নিলম্বিত হৈ আছিল আৰক্ষী বিষয়াগৰাকী
কোনো চৰকাৰী চাকৰি নাপাব ৰাজমোহনে
 

Category
Profile picture for user UB Photos