টকাৰ বিনিময়ত পত্নীৰ ফটো ভাইৰেল কৰিলে স্বামীয়ে! বৰ্তমান গুৱাহাটী আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক......

fraud

দিছপুৰ আৰক্ষীৰ জালত এটা মহা প্ৰৱঞ্চক 
ধৃত প্ৰৱঞ্চকটোৰ নাম ৰিকু আলী খান
নাজিৰাৰ পৰা গ্ৰেপ্তাৰ কৰে ৰিকু আলী খানক 
পত্নীৰ গোপন ফটো ভাইৰেল কৰিছিল প্ৰৱঞ্চকটোৱে 
টকাৰ বিনিময়ত পত্নীৰ ফটো অন্য যুৱকলৈ কৰিছিল প্ৰেৰণ
স্বামীৰ কুৰ্কীতি পোহৰলৈ আনিছিল খোদ পত্নীয়ে
পত্নীক শাৰীৰিক, মানসিক নিৰ্যাতনৰো অভিযোগ খানৰ বিৰুদ্ধে
সম্পত্তিৰ লালসাত প্ৰলোভনেৰে বিয়া পাতি মেলিছিল প্ৰৱঞ্চনাৰ জাল

Category