সাংসদ নৱ শৰণীয়ালৈ বৃহৎ সকাহ! নৱ শৰণীয়াৰ পক্ষত ৰায়দান উচ্চ ন্যায়ালয়ৰ.......

naba

সাংসদ নৱ শৰণীয়ালৈ বৃহৎ সকাহ
নৱ শৰণীয়াৰ পক্ষত ৰায়দান উচ্চ ন্যায়ালয়ৰ
ৰাজ্য চৰকাৰৰ নিৰ্দেশনাত স্থগিতাদেশ
শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰকলৈ চলা বিতৰ্কৰ অৱসান
শৰণীয়াৰ STৰ প্ৰমাণপত্ৰ নাকচ কৰিছিল ৰাজ্য চৰকাৰে
১২ জানুৱাৰীত ৰাজ্য চৰকাৰে জাৰী কৰিছিল নিৰ্দেশনা
গুৱাহাটী উচ্চ ন্যায়ালয়তো ৰুজু হৈছিল গোচৰ
উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে নৱ শৰণীয়াৰ পথ প্ৰশস্ত
কোকৰাঝাৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নৱ শৰণীয়াই
কোকৰাঝাৰৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ সমীকৰণ সলনি

Category
Profile picture for user UB Photos