এইবাৰ বহাগত কোন শিল্পীৰ কিমান মাননি?......

bihu

সমাগত ৰঙালী বিহু! আনবাৰৰ দৰে এইবাৰো বিহু মঞ্চ কঁপাবলৈ সাজু ৰাজ্যৰ সাংস্কৃতিক শিল্পী।

গতিকে, জানো আহক এইবাৰ বহাগত কোন শিল্পীৰ কিমান মাননি?
অংগৰাগ পাপন মহন্ত- ১০-১২ লাখ
নীল আকাশ- ৬-৭ লাখ
শংকুৰাজ- ৫-৬ লাখ
আচুৰ্য্য বৰপাত্ৰ- ৭-৮ লাখ
দীক্ষু- ৩.৫-৪ লাখ
বিপিন চাউদাং- ৩–৩.৫ লাখ
কুসুম কৈলাশ- ৩.৪-৪ লাখ
মণ্টুমণি- ৩-৩.৫ লাখ
ৰাকেশ ৰিয়ান- ৩.৪-৪ লাখ
ভৃগু কাশ্যপ- ৩-৪ লাখ
মৌচম গগৈ-২.৩-৩ লাখ
জুবলি- ৪-৫ লাখ
সুবাসনা দত্ত- ৩.৫-৫ লাখ
প্ৰিয়ংকা ভৰালী- ৩.৫-৫ লাখ
বৰ্ণালী কলিতা- ৩.৫-৪ লাখ
দীপলিনা- ৩-৪ লাখ
নিৰ্মালী দাস- ২-৩.৫ লাখ
ময়ূৰী দত্ত- ৩-৩.৫ লাখ

Category
Profile picture for user UB Photos