Bihu Festival

বাপতি সাহোন ৰঙালী বিহুৰ পূৰ্বে অসমবাসীলৈ সুখবৰ। ৰাজ্যৰ ১৯বিধ সাংস্কৃতিক সামগ্ৰী লৈ জি আই টেগ। দীৰ্ঘদিনীয়া অপেক্ষা, প্ৰত্যাশাৰ অন্ত পেলাই অসমবাসী লৈ আহিল এই সুখবৰটো। বিহুৰ ঢোল, জাপি, সৰ্থেবাৰীৰ কাঁহ শিল্প, আশাৰকান্দিৰ টেৰাকোটা শিল্প, অসমৰ পানীমেটেকা শিল্প, মিচিং বস্ত্ৰ শিল্পৰ লগতে বড়ো সকলৰ ১৩ বিধ সামগ্ৰীয়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।