APCCৰ প্ৰাৰ্থী তালিকাক লৈ হ’ব পাৰে বৃহৎ ঘোষণা! ভূপেন বৰা এণ্ড টীমৰ প্ৰাৰ্থী তালিকাকলৈ অসন্তুষ্ট হাই কামাণ্ড.......

apcc

APCCৰ প্ৰাৰ্থী তালিকাক লৈ হ’ব পাৰে বৃহৎ ঘোষণা
ভূপেন বৰা এণ্ড টীমৰ প্ৰাৰ্থী তালিকাকলৈ অসন্তুষ্ট হাই কামাণ্ড
ভূপেন বৰাৰ প্ৰাৰ্থী পেনেলৰ অধিকাংশ নস্যাৎ হাই কামাণ্ডৰ
১১ তাৰিখৰ CEC বৈঠকত চূড়ান্ত নহ’ল অসমৰ তালিকা
AICCৰ পচন্দৰ প্ৰাৰ্থী
নগাঁও, প্ৰদ্যুৎ বৰদলৈ
শিলচৰ, সৌম্য কান্তি চৰকাৰ
কৰিমগঞ্জ, হাফিজ ৰচিদ চৌধুৰী
বৰপেটা, আব্দুল খালেক/দ্বীপ বায়ন
গুৱাহাটী, মীৰা বৰঠাকুৰ
ধুবুৰী, ৰকিবুল হুছেইন
যোৰহাট, গৌৰৱ গগৈ/দেৱব্ৰত শইকীয়া
লখিমপুৰ, ৰাণী নৰহ
শোণিতপুৰ, আৰ পি শৰ্মা/ভূপেন বৰা
দৰং-ওদালগুৰি, মাধৱ ৰাজবংশী
ডিফু, জয়ৰাম ইংলেং
কোকৰাঝাৰ, গৰ্জন মুছাহাৰী
কাজিৰঙা, ৰ’জলিনা তিৰ্কী
ডিব্ৰুগড়, লুৰিণজ্যোতি গগৈ(AJP)

Category
Profile picture for user UB Photos