"ৰাইজৰ হাতত ‘ভোট’ৰ ব্ৰহ্মাস্ত্ৰ আছে" ! CAAৰ বিধি বলবৎ স্থগিত ৰখাৰ বাবে আছুৰ আবেদন দাখিল.....

CAA

CAAৰ বিধি বলবৎ স্থগিত ৰখাৰ বাবে আছুৰ আবেদন দাখিল
দিল্লীত সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰিলে আবেদন
‘ন্যায়ালয়ৰ যুঁজ আৰু ৰাজপথৰ সংগ্ৰাম সমান্তৰালভাবে চলিব’
সদৌ অসম ছাত্ৰ সন্থাৰ ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে
‘ৰাইজৰ ক্ষোভ উমি উমি জ্বলি আছে’
‘সেই জুইৰ বহিঃ প্ৰকাশ নিৰ্বাচনত ঘটিব’
ৰাইজৰ হাতত ‘ভোট’ৰ ব্ৰহ্মাস্ত্ৰ আছে 
আজি সন্ধিয়া জোৰ সমদলৰে প্ৰতিবাদ কৰিব আছুৱে
নেছ’ৰ আহ্বানত ‘কা’ আইন আৰু বিধিৰ প্ৰতিলিপি দাহ কৰা হ’ব

Category
Profile picture for user UB Photos