আজি সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উঃগুৱাহাটী দলঙৰ দক্ষিণ পাৰৰ উচ্চ কৰিডৰ........

bridge

মুকলি হ’ব গুৱাহাটী-উঃ গুৱাহাটী দলঙৰ দক্ষিণ অংশ
মুকলি হ’ব ভূতনাথ-মাছখোৱা এলিভেটত কৰিড’ৰ
আজি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উৰণ সেতুখন
সেতু মুকলিৰ লগে লগে হ্ৰাস পাব ভৰলুৰ যান-জঁট

bridge
১.২ কি.মি. দৈৰ্ঘ্যৰ সেতুখনৰ নিৰ্মাণত ব্যয় ৩২৬ কোটি টকা
২ ৰ’টাৰী আৰু ৩ লেনযুক্ত এই উৰণ সেতু 
নদীৰ পাৰৰ সৌন্দৰ্যবৰ্ধন, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা
মুকলিৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে সেতুখন
 

Category
Profile picture for user UB Photos