বৰপেটাত বিকাশৰ যাত্ৰাত মুখ্যমন্ত্ৰী! ৬২৪ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন, শিলান্যাস.......

Himanta Biswa Sarma

বৰপেটাত বিকাশৰ যাত্ৰাত মুখ্যমন্ত্ৰী
বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
৬২৪ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন, শিলান্যাস
১৯ কোটি ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া পথৰ উদ্বোধন
নিৰ্মাণ হ’ব বৰপেটা ৰোড-সৰুপেটা সংযোগী উৰণ সেতু
দুইলেনযুক্ত ৰে’লৱে ষ্টেচন সংযোগী হ’ব সেতুখন
কাটাঝাৰ-কাহিতামা পথ বহলকৰণৰ প্ৰকল্প উদ্বোধন
শিলান্যাস আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ
১০৮ কোটি ব্যয়ৰে সৰুক্ষেত্ৰী জিলা চিকিৎসালয়
১২ কোটি ব্যয়ৰে সৰভোগ ষ্টেডিয়ামৰ শিলান্যাস
১৪ কোটি ব্যয়ৰে বৰপেটা আৱৰ্ত ভৱনৰ শিলান্যাস
বৰপেটাৰোডলৈ মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব’
 

Category
Profile picture for user UB Photos