পুনৰ ৰাজ্যত ছাত্ৰ সন্ধানহীনৰ ঘটনা, যোৰহাটৰ পৰা সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ........

missing

পুনৰ ৰাজ্যত ছাত্ৰ সন্ধানহীনৰ ঘটনা
এইবাৰ যোৰহাটৰ পৰা সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ
সন্ধানহীন গুৰুদ্বাৰৰ খালছা বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজন
২০ ফেব্ৰুৱাৰীৰ বিয়লি টিউছনলৈ বুলি গৈছিল ছাত্ৰজন
যোৰহাটৰ চলিহা লেনৰ বাসিন্দা সন্ধানহীন ছাত্ৰজন
সন্ধান পালে 80990-40717 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ

Category