‘হিন্দীভাষী এলেকাত কংগ্ৰেছে বিজেপিক পৰাজিত কৰক’! লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছক কটাক্ষ মমতা বেনাৰ্জীৰ.........

mamata

লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছক কটাক্ষ মমতা বেনাৰ্জীৰ
TMC প্ৰধানৰ কংগ্ৰেছ দললৈ প্ৰত্যাহ্বান
‘হিন্দীভাষী এলেকাত কংগ্ৰেছে বিজেপিক পৰাজিত কৰক’
‘হিন্দীভাষী এলেকাত ৪০ আসনো নাপাব কংগ্ৰেছে’
কংগ্ৰেছৰ জনপ্ৰিয়তাক লৈ প্ৰশ্ন মমতা বেনাৰ্জীৰ
ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা মমতাৰ


বংগৰ ৫ জিলাক সাঙুৰি লৈছিল ন্যায় যাত্ৰাই
পৰিভ্ৰমী চৰাইৰ দৰে ফটোচেছন কৰিলে ৰাহুলে
বিভিন্ন অভিযোগেৰে কংগ্ৰেছক থকা-সৰকা মমতাৰ
আসন ভাগ-বটোৱাৰাক লৈ তৃণমূল কংগ্ৰেছৰ সৈতে কংগ্ৰেছৰ আলোচনাক লৈ ৰাহুল গান্ধীয়ে মন্তব্য কৰাৰ পাছতেই ক্ষোভিত হৈ এইদৰে কংগ্ৰেছক দলক সমালোচনাৰে থকা-সৰকা কৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 
 

Category
Profile picture for user UB Photos