৭০০ টকাৰ পৰা ২৫ হেজাৰ টকালৈ মেজি বিক্ৰী! গুৱাহাটীৰ কালাপাহাৰৰ নিবাসী বাবুল চেতিয়াই দেখুৱাইছে আত্ম নিৰ্দশনৰ পথ.......

babul

মাঘ বিহু লৈ মাজত মাত্ৰ কেইটামান দিন!
বৰ্তমান সমগ্ৰ ৰাজ্যবাসী ব্যস্ত ভেলাঘৰ, মেজি প্ৰস্তুত কৰাত
তাৰ মাজতে মহানগৰীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য
মাঘ বিহুৰ বাবে ৭০০ টকাৰ পৰা ২৫ হেজাৰ টকালৈ মেজি বিক্ৰী 
গুৱাহাটীৰ কালাপাহাৰৰ নিবাসী বাবুল চেতিয়াই দেখুৱাইছে আত্ম নিৰ্দশনৰ পথ
১৯৮৮ চনত Mr. Assam ৰ শিতান লাভ কৰিছিল বাবুল চেতিয়াই

Category
Profile picture for user UB Photos