
দেশত ভয়াৱহ ৰূপত ক’ভিডৰ সংক্ৰমণ
JN-1 ভেৰিয়েণ্টকলৈ উদ্বিগ্ন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়
মহানগৰৰ চিকিৎসালয়লৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা
লক্ষণে দেখা দিয়া প্ৰতিগৰাকীক RT-PCRপৰীক্ষা কৰাৰ নিৰ্দেশ
সকলো চৰকাৰী, ব্যক্তিগত চিকিৎসালয়লৈ এই নিৰ্দেশ
প্ৰতিখন ৰাজ্যলৈ এই নিৰ্দেশনা ভাৰত চৰকাৰৰ
২৪ ঘণ্টাত ৬৫৬ জনৰ দেহত ধৰা পৰিছে ক’ভিড
এদিনত ৬ জনৰ দেহত ধৰা পৰিছে JN-1 ভেৰিয়েণ্ট
JN-1 ভেৰিয়েণ্টত পুনৰ আন এজন লোকৰ মৃত্যু
Category
- Log in to post comments