IPLৰ নিলামৰ ইতিহাসত অভিলেখ! IPLৰ ইতিহাসৰ দামী খেলুৱৈত পৰিণত মিচ্ছেল ষ্টাৰ্ক...........

ipl

IPLৰ ইতিহাসৰ দামী খেলুৱৈত পৰিণত মিচ্ছেল ষ্টাৰ্ক
২৪.৭৫ কোটি টকাত মিচ্ছেল ষ্টাৰ্কক ক্ৰয় কলকাতা নাইট ৰাইডাৰ্ছৰ 
পেট কামিন্সক ২০.৫০ কোটি টকাত ক্ৰয় ছানৰাইৰ্জাছ হায়দৰাবাদৰ
আলজাৰি যোচেফক ১১.৫০ কোটি টকাত ক্ৰয় RCBৰ
ৰ’ভমান পাৱেলক ৭.৪০ কোটি টকাত ক্ৰয় ৰাজস্থান ৰয়েলছৰ
ট্ৰেভিছ হেডক ৬.৮০ কোটি টকাত ক্ৰয় ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
শিৱম মাভিক ৬.৪০ কোটি টকাত ক্ৰয় লক্ষ্ণৌৰ
উমেশ যাদৱক ৫.৮০ কোটি টকাত ক্ৰয় গুজৰাট টাইটানছৰ
হেৰী ব্ৰুকক ৪ কোটি টকাত ক্ৰয় দিল্লী কেপিটেলছৰ
ডুবাইৰ কোকাকোলা এৰেনাত চলি আছে IPLৰ নিলাম
এইবাৰৰ নিলামত আছে অসমৰ ৪ ক্ৰিকেটাৰ

Category
Profile picture for user UB Photos