CM VIGILANCEৰ অভিযান! গুৱাহাটীত এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তাৰ ঘৰত অভিযান.........

CM Vigilance

গুৱাহাটীৰ গান্ধীবস্তিত CM VIGILANCEৰ অভিযান
অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ গৃহত অভিযান
অৱসৰপ্ৰাপ্ত অভিযন্তা চামেদ আলীৰ বাসগৃহত অভিযান

আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান CMVৰ
বৰাকৰ এজন বিধায়কে তৰিছিল গোচৰ
নামে-বেনামে বিশাল সম্পত্তি গঢ়াৰ অভিযোগ
সৰুমটৰীয়া,জোনালীতো আছে বৃহৎ মাটি-সম্পত্তি
কৰিমগঞ্জত দীৰ্ঘ সময় ধৰি কাম কৰিছিল চামেদ আলীয়ে

২০২২ বৰ্ষত কৰিমগঞ্জৰ পৰাই লৈছিল অৱসৰ
গড়কাপ্তানী বিভাগৰ পথ নিৰ্মাণ বিভাগৰ দায়িত্বত আছিল 
কৰিমগঞ্জত থাকোতে নামে-বেনামে ঘটিছিল সম্পত্তি
চামেদ আলীৰ গান্ধী বস্তিৰ এই অঞ্চলত আছে দুটাকৈ অট্টালিকা
দুয়োটা অট্টালিকাতে চলিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান
 

Category
Profile picture for user UB Photos