ইতিমধ্যেই তেলেংগানাত আৰম্ভ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ! ১০৬টা সমষ্টিৰ বাবে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া...........

Election

আৰম্ভ হৈছে তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
পুৱা ৯ বজালৈ ৮.৫২% ভোটাৰৰ ভোটদান
সাধাৰণ ভোটাৰৰ পৰা চেলিব্ৰেটীলৈ ওলাই আহিছে ভোট দিবলৈ
ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনাৰো বাতৰি
BRS-কংগ্ৰেছ সমৰ্থকৰ মাৰপিটৰ ঘটনা নিজামাবাদত
জনগাঁও ভোটকেন্দ্ৰত কাজিয়া BRS-বিজেপি সমৰ্থকৰ
১১৯খন আসনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ
১০৬টা সমষ্টিত ভোটগ্ৰহণ চলিব বিয়লি ৫ বজালৈ
নক্সাল অধ্যুষিত ১৩ সমষ্টিত ৪ বজালৈ ভোটগ্ৰহণ
২.৫০ লাখতকৈও অধিক কৰ্মচাৰী নিয়োগ ভোটগ্ৰহণ প্ৰক্ৰিয়াত
শাসনাধিষ্ঠিত BRSএ প্ৰতিদ্বন্দ্বিতা কৰিছে ১১৯খন আসনত
ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে ১১১খন আসনত
অভিনেতা পৱন কল্যাণ নেতৃত্বাধীন JSPএ প্ৰাৰ্থী দিছে ৮খনত
কংগ্ৰেছে ১১৮খন আৰু CPIএ ১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে
তেলেংগানাবাসীক ভোটদান কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
তেলেংগানাত মুঠ ভোটাৰৰ সংখ্যা ৩.১৭ কোটি
যুৱ ভোটাৰৰ সংখ্যা ৫,৩২,৯৯০গৰাকী
পুৰুষ ভোটাৰৰ সংখ্যা ১ কোটি ৫৮ লাখ ৭১২ হাজাৰ
মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ৫৮ লাখ ৪৩ হাজাৰ
১১৯খন আসনৰ বাবে ২,২৯০গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
 

Category