TELENGANA ELECTION

আৰম্ভ হৈছে তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
পুৱা ৯ বজালৈ ৮.৫২% ভোটাৰৰ ভোটদান
সাধাৰণ ভোটাৰৰ পৰা চেলিব্ৰেটীলৈ ওলাই আহিছে ভোট দিবলৈ
ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনাৰো বাতৰি
BRS-কংগ্ৰেছ সমৰ্থকৰ মাৰপিটৰ ঘটনা নিজামাবাদত
জনগাঁও ভোটকেন্দ্ৰত কাজিয়া BRS-বিজেপি সমৰ্থকৰ
১১৯খন আসনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ
১০৬টা সমষ্টিত ভোটগ্ৰহণ চলিব বিয়লি ৫ বজালৈ
নক্সাল অধ্যুষিত ১৩ সমষ্টিত ৪ বজালৈ ভোটগ্ৰহণ
২.৫০ লাখতকৈও অধিক কৰ্মচাৰী নিয়োগ ভোটগ্ৰহণ প্ৰক্ৰিয়াত
শাসনাধিষ্ঠিত BRSএ প্ৰতিদ্বন্দ্বিতা কৰিছে ১১৯খন আসনত