বিশ্বকাপ ক্ৰিকেটৰ লীগ পৰ্যায়ৰ আজি অন্তিমখন মেচ.........

Cricket

বিশ্বকাপ ক্ৰিকেটৰ লীগ পৰ্যায়ৰ আজি অন্তিমখন মেচ
অন্তিম মেচত ভাৰতৰ মুখামুখি হ’ব নেদাৰলেণ্ডছ
জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে নামিব টীম ইণ্ডিয়া
ভাৰতৰ মূল একাদশত কিছু সাল-সলনিৰ সম্ভাৱনা
এম ছিন্নাচামি ষ্টেডিয়ামত দিনৰ ২ বজাত এই মেচ
ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ ৰোহিত বাহিনীৰ
১৫ নৱেম্বৰত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন ছেমিফাইনেল
১৬ নৱেম্বৰত দ্বিতীয়খন ছেমিত অষ্ট্ৰেলিয়া-দঃ আফ্ৰিকাৰ যুঁজ

Category
Profile picture for user UB Photos