এইবাৰ প্ৰাক্তন মন্ত্ৰীৰ ঘৰত বোৱাৰী নিৰ্যাতন.......

Harrasment

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বাসগৃহত নিৰ্যাতনৰ ঘটনা
পোহৰলৈ আহিছে চাঞ্চল্যকৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বোৱাৰীয়েকক নিৰ্যাতনৰ অভিযোগ
পুত্ৰ ৰাজৰ্ষি সেন ডেকাই পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ
পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল ৰাজৰ্ষি সেন ডেকাৰ
পূৰ্বৰ বিবাহৰ কথা গম পোৱা নাছিল বৰ্তমানৰ পত্নীয়ে
মহিলাগৰাকীৰ শাহু-স্বামীৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ
আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী বোৱাৰীগৰাকী
 

Category
Profile picture for user UB Photos