৬ ৰাজ্যত ম’ষ্ট ৱাণ্টেড ঘোষণা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক....

DB Stock

৬ ৰাজ্যত ম’ষ্ট ৱাণ্টেড ঘোষণা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক
দেশৰ ভিন্ন প্ৰান্তত DB STOCKৰ বিৰুদ্ধে গোচৰ ৰুজু
DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন
তেলেংগানা, হাৰিয়ানা, ছিকিম, নাগালেণ্ড, কৰ্ণাটকত গোচৰ ৰুজু
হায়দৰাবাদৰ KPHB কলনীত অভিযান CBIৰ
শতাধিক বিনিয়োগকাৰীৰ তালিকা সংগ্ৰহ তদন্তকাৰী দলৰ
২০জনৰো অধিক বিনিয়োগকাৰীক সোধা-পোছা CBIৰ

Category