'কম্পিউটাৰৰ ওপৰত আস্থা নাই, EVMৰ পৰিৱৰ্তে বেলট পেপাৰকহে মই সমৰ্থন কৰোঁ' এলেন মাস্ক....

elon musk

প্ৰখ্যাত প্ৰযুক্তিবিদ এলেন মাস্কৰ দাবী
EVM টেম্পাৰিং একেবাৰে সহজ
কম্পিউটাৰৰ ওপৰত আস্থা নাই
EVMৰ পৰিৱৰ্তে বেলট পেপাৰকহে মই সমৰ্থন কৰোঁ
আৰিজ’না, জৰ্জিয়াৰ নিৰ্বাচনী প্ৰচাৰত ব্যয় বহু নিযুত ডলাৰ
নেভাডা, উত্তৰ কেৰ’লিনা, পেনিছলভেনিয়াতো ধন ব্যয়
বহুকেইখন দেশৰ নিৰ্বাচনী প্ৰচাৰত ব্যয় ৭৫ নিযুত ডলাৰ
‘X’ আৰু টেছলা কোম্পানীৰ স্বত্বাধিকাৰী এলেন মাস্কৰ দাবী
এলেন মাস্কৰ মন্তব্যক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
চৰকাৰে এতিয়া এলেন মাস্কৰ দাবীক ভুল বুলি প্ৰমাণ কৰক

Category