এক শোকাৱহ দুৰ্ঘটনা! বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে ৫ জন অসমীয়াই.......

Accident

তামিলনাডুত মৃত্যু অসমৰ ৫ যুৱকৰ
পথ দুৰ্ঘটনাত মৃত্যু ঘটে শ্ৰমিকৰূপে কৰ্মৰত যুৱককেইজনৰ
তিৰুৱন্নমলয়ৰ চেংগম চহৰত সোমবাৰে গুৰুতৰ দুৰ্ঘটনা
চাৰিচকীয়া SUV বাহনৰ খুন্দা পৰিবহণ বিভাগৰ বাছত

accident


মুখামুখি সংঘৰ্ষত থিতাতে নিহত SUV আৰোহী ৭জনৰ
মৃত ৭জনৰ ভিতৰত ৫জন অসমৰ বাসিন্দা
মৃত্যু আৰ কাঞ্চা ৰায়, এছ নাৰায়াণ ছেঠী, চি ভিনমল তীৰ্থ
বি ডাল্লু, ভি নিক’লাছ নামৰ অসমৰ যুৱককেইজনৰ

accident


তামিলনাডুৰ এটা কাৰখানাত শ্ৰমিকৰূপে কৰ্মৰত আছিল আটায়ে
বন্ধত পুডুচেৰীলৈ ভ্ৰমণৰ বাবে গৈছিল তেওঁলোক
ওভতাৰ পথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা

Category
Profile picture for user UB Photos