paris olympic

গৃহভূমিত উপস্থিত মল্লযুঁজাৰু ভিনেশ ফোগাট
দিল্লীত সহস্ৰাধিক অনুৰাগীৰ উষ্ম আদৰণি
সাক্ষী মাল্লিক, বজৰংগ পুনীয়াই জনালে আদৰণি
গৃহভূমিত উপস্থিত হৈয়েই আৱেগিক ভিনেশ ফোগাট
হুকহুকাই কান্দি উঠিলে মল্লযুঁজাৰুগৰাকীয়ে
অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰি পদকবঞ্চিত ফোগাট
১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবে অযোগ্য ঘোষণা খেলুৱৈগৰাকীক
মল্লযুঁজত ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ ভিনেশ