INDIA bloc's fourth meeting

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ আহ্বানত বৈঠক
চাৰে তিনিমাহৰ অন্তত বৈঠক ইণ্ডি গোটৰ
আসন ভাগ বটোৱাৰাকলৈ আলোচনাৰ সম্ভাৱনা
বিজেপি বিৰোধী ৰাজনৈতিক কৌশল হ’ব আলোচিত
ইতিবাচক কৰ্মসূচীৰে আগবঢ়াৰ পোষকতা
SP নেতা অখিলেশ যাদৱে অংশ ল’ব বৈঠকত
বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অংশগ্ৰহণো নিশ্চিন্ত
বৈঠকৰ বাবে নতুন দিল্লীত অস্থিৰ মমতা বেনাৰ্জী
শিৱসেনা UBTৰ মুৰব্বী উদ্ধৱ থাকৰেও নতুন দিল্লীত
বিয়লি ৩ বজাৰ পৰা ইণ্ডি গোটৰ বৈঠক