Jigme Khesar Namgyel Wangchuck

কাজিৰঙাত ভূটানৰ ৰজা জিগমে ৱাংচুক। যোৰহাটৰ পৰা পোনে পোনে কাজিৰঙাত উপস্থিত হোৱাৰ পিছতেই উষ্ম আদৰণি ৱাংচুকক। কঠোৰ নিৰাপত্তা বেহুৰ মাজেৰে কাজিৰঙা পৰিদৰ্শন কৰিব ভূটানৰ নৃপতিগৰাকীয়ে। কাজিৰঙাৰ ব্যক্তিগত ৰিজ’ট আয়’ৰাত কিছু সময় জিৰণি লোৱাৰ পিছতেই জীপ ছাফাৰীৰে কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰাৰ সম্ভাৱনা। তাৰ পৰা উভতি আহি হাতীৰ গা ধোৱা দৃশ্য কঁহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিৰমুখত উপভোগ কৰিব। 

kaziranga