Assamese Literature

ইতিমধ্যেই ২০২৩ বৰ্ষৰ সাহিত্য একাডেমি অনুবাদ বঁটা ঘোষণা। অসমীয়া ভাষাৰ বাবে সাহিত্য একাডেমি অনুবাদ বঁটা আগবঢ়োৱা হৈছে লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ। 

টেমছোলা আওৰ ইংৰাজী  ‘Once Upon a Life: Burnt Curry and Bloody Rags’ শীৰ্ষক উপন্যাসখন ‘মোৰ জীৱনটো’ নামেৰে অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লক্ষ্যজ্যোতি গগৈ সন্দিকৈ লৈ এই বঁটা আগবঢ়োৱা হৈছে।

উল্লেখ্য যে, অম্বিকাগিৰি হাজোৱাৰী লৈ সাহিত্য একাডেমি অনুবাদ বঁটা প্ৰদান। অম্বিকাগিৰি হাজোৱাৰীয়ে পূৰৱী বৰমুদৈৰ অসমীয়া উপন্যাস ‘শান্তনুকুলনন্দন’ বড়ো ভাষালৈ কৰা অনুবাদ কৰিছিল।